About Us
It is a private institute established in the town of Krishnai, Goalpara (Assam) from 1st Aug'2014 with a view to provide a challenging education for the students to compete at the State & National level....
Our main aim is to make the students able to understand the topics of each subject very well without any confusion and doubt so that they can write their papers in the final/board exams very well securing good marks.ই এখন ব্যক্তিগত খণ্ডৰ শিক্ষা প্রতিষ্ঠান যোৱা ২০১৪ চনৰ আগষ্ট মাহৰ ১ তাৰিখৰপৰা কৃষ্ণাইত আৰম্ভ কৰা হৈছে । এই প্রতিষ্ঠানটোৰ মূল উদ্দেশ্য হৈছে ছাত্ৰ-ছাত্ৰী সকলক ৰাজ্যিক আৰু ৰাষ্ট্রীয় পৰ্যায়ত প্রতিদ্বন্দ্বিতা কৰাৰ বাবে উপযোগী কৰি তোলা। আমাৰ মূল লক্ষ্য হল ছাত্ৰ-ছাত্ৰী সকলক বিষয়ৰ প্রতিটো বিষয়বস্তুৰ প্রতি সন্দেহ আৰু বিশৃঙ্খলা বিহীন জ্ঞান প্রদান কৰা যাতে ছাত্ৰ-ছাত্ৰী সকলে তেওঁলোকৰ চূড়ান্ত / বোৰ্ডৰ পৰীক্ষাত ভালদৰে লিখি ভাল ফলাফল অৰ্জন কৰিব পাৰে ।